SPH Nithyananda Paramashivam
KAILASA's Nithyananda Hindu University
তেখেতৰ নাম নিত্যানন্দ অকণাচলৰ স্বগীয় আকৰ্ষণীয় আভা আৰু অকণাচলেশ্বৰৰ দিব্য শক্তিৰ প্ৰবেশত অকণাচলম আব্ লোকায়তিক দ্বিতীয় সত্তানবৰূপে নিত্যানন্দৰ জন্ম হয়। পবিত্র অকণাচলগিবিয়ে সময়ে সময়ে জগতলৈ এনে দিব্য পুৰুষ দান দিছে— যি সকলে লাখ লোকক জীৱন দানব দ্বাৰা মুক্তিৰ সন্ধান দিছে। শেষত্রি স্বামী গল, ভগবান শ্রীমণ মহর্ষি, যোগী বামসুবত কুমাবৰ দবে মহান মনীষীসকল এই অকণাচলবে অৰ্পণ। "পৃথিৱীত জন্মগ্রহণ কৰাৰ পূৰ্বেই প্রতি আত্মাই জানি বুজি সময়, স্থান, পিতৃকুল আৰু মিশ্রন নিৰ্ধাৰণ কৰি লয়।" —নিত্যানন্দদেৱ। শিশু অবস্থাত নিত