Chapter 8
অন্নমালাই স্বামীগাল
অন্নমালাই স্বামীগাল
তেখেতৰ নাম নিত্যানন্দ অন্নমালাই স্বামীগাল আৰু স্বয়ংকৃত আঘাত সত্য আৱৰণৰ সাঁচতেই সত্য উপলদ্ধিৰ সঁচাব কাঠি। — নিত্যানন্দদেৱ অন্নমালাই স্বামীগাল আছিল ভগবান শ্রীৰমণ মহর্ষিৰ পোনপটীয়া শিষ্য। নিত্যানন্দই দহ বছৰমান নৱযৱস পৰা বনমব আশ্রমলৈ যোৱা কৰিছিল। তাত তেওঁ স্বামীগালৰ শিষ্যৰ লগত বহি সততে ধৰ্মীয় ব্যাখ্যান শুনিছিল। এই ব্যাখ্যানৰ অন্য এক আকৰ্ষণ আছিল যে ব্যাখ্যানৰ অন্তত সকলোকে লুজেনৰুটি দিয়া হৈছিল। এদিনাখন, অন্নমালাই স্বামীগালে, ‘মায়া’ সম্পর্কে ব্যাখ্যা দিওঁতে ক’লে, “দেহাতো আমি নহয় ; এই দেহাতো নিত্য নহয় ; আত্মাহে নিতা। কোনো দুখ-শোক কষ্টই আত্মাক চুব নোৱাৰে। আমি দুখ-কষ্টৰ উৰ্দ্ধত।”