Chapter 4

পৰাশক্তি

1 sections

পৰাশক্তি

তেখেতৰ নাম নিত্যানন্দ (নারী কপত আদ্যাশক্তি) পৰাশক্তিয়ে নিত্যানন্দব মানসচক্ষুত দৰ্শন দিলে। (ওঁ ততালিকে তাব কাষ্ট পুতুলিকা তৈয়াৰ কবিলে (কাষৰ চিত্রত) যোগ হ'ল মানুহ আৰু ভগবানৰ মিলন প্রার্থনা হ'ল (ভাৱনাৰ) অন্তিত্বব প্রতি পোনপটীয়া কৃতজ্ঞতা। — নিত্যানন্দদেব আজি যোগগুৰু বৃহুপতিব পবা পোৱা মহান শিক্ষণ প্রশিক্ষণক সুবীৰ নিত্যানন্দদেৱে উক্ত নামৰ "নিত্য-যোগ"ৰ প্রবর্তন কৰিছে। নিত্য-যোগ হ'ল যোগ বিজ্ঞান আৰু দিব্যানুভূতিব আহিল। যোগী বৃহুপতিয়ে নিত্যানন্দক যোগৰ নানা কৌশল আৰু অসাধাৰণ বিদ্যা শিক্ষালেও, লগতে কৈছিল যে এইবোৰ কিন্তু আধ্যাত্মিক উদগতিব পাথে নহয়, আৰু চৰম সত্যৰ উপলব্ধি এইবোৰৰ স্পৰ্শৰ ঊৰ্ধ্বত। দেশে দেশান্তবে নিত্য-যোগৰ বিস্তাৰব বাবে শিক্ষিত কৰি তোলা হৈছে যুবক-যুবতীৰ পবা 'নিত্য যোগাচার্য'। যোগগুৰুত নিম্নত ১০ বছৰীয়া নিত্যানন্দ (আমেৰিকান ফাইল ফটো) যি মুলা বাঢ়ি তাব দুপাতীয়া ত চিন। যোগীসকলে ১০ বছৰীয়া শিষ্যা নিত্যানন্দক চিনি পাইছিল। "পতঞ্জলি যোগসূত্র"ৰ বিষয়ে ভাষণ দিবলৈ দিলে তিৱ্বতৰমণ্ডলাইত। প্রায় হাজাৰেক লোকে কিশোৰ যোগীজনৰ পৰা এই একক যোগসূত্রৰ ব্যাখ্যা তন্ময়তাবে শুনিলে।