গোত্র পুৰোহিত
গোত্র পুৰোহিত
তেখেতৰ নাম নিত্যানন্দ আজি তোমাব ভবিষ্যৎ জানিবলৈ মোৰ কাৰণে নাথিকা। তাক নিৰ্মাণ কৰিবলৈ হ’লৈ মোৰ কাৰণে আহিকা। গ্ৰহদোষ সৱাব উপায় মই নিদিওঁ, বৰং শিকাম কেনেকৈ গ্ৰহৰ প্ৰভাৰ অতিক্ৰম কৰিব পাৰিবি। নিত্যানন্দদেৱ “মোৰ দেবত্ব প্ৰকাশ কৰা মোৰ মিশ্যন নহয়, মোৰ মিশ্যন হল তোমাব দেবত্ব প্ৰমাণ কৰা।” নিত্যানন্দদেৱ নিত্যানন্দৰ জন্ম পত্ৰিকা কৰিবলৈ লৈ গোত্র পুৰোহিত আচাৰিত হ’ল। কিয়নো নবজাতকৰ নক্ষত্র আৰু গ্ৰহ সমূহৰ অবস্থান আছিল অতীতপূৰ্ব। পুৰোহিতে পিতৃ-মাতৃক চমকপ্ৰদ ভৱিষ্যৱাণী শুনালে— এই নৰজাতক ৰাজসন্যাসী হ’ব। এনে এক ভৱিষ্যৱাণী কৰি পুৰোহিতে নিজকে ধন্য মানিলে আৰু জ্যোতিষ গণনা চিৰদিনলৈ এৱি দিলে। যোগ আৰু প্ৰাৰ্থনা শিক্ষক আৰু বান্ধৰ বঘুপতি যোগী পিতৃ-মাতৃয়ে শিশু নিত্যানন্দৰ আধ্যাত্মিক জীৱনৰ আবশ্যি মাথো চাই থকাৰ বাহিবে উপায় নাছিল। তিনি বছৰ বয়সতে নিত্যানন্দই যোগী বঘুপতিক লগ পায়। যোগীৰাজ বঘুপতি মহাবাজ আছিল এক ধনুৰ্ব গুণধৰ কঠিন আৰু সুদৃঢ় শৰীৰৰ অধিকাৰী, ভাবুক, তিৰ্বত আৰু ম্যানমাৰ (ব্ৰহ্মদেশ)ত কঠোৱ সাধনাৰ উপলব্ধ যোগৰ অভিকাৰী। এই যোগীৰে হ’ল শিশু নিত্যানন্দ গুৰু আৰু লগৰী। ভৱিষ্যৱাণী যোগীয়ে শিশু নিত্যানন্দৰ শৰীৰ আৰু মন যোগ শিক্ষাৰে নিপোটাল কৰি তুলিলে। বঘুপতি যোগী