মূর্তি আৰু পূজা
মূর্তি আৰু পূজা
পূজা 'মূৰ্তি'ব নহয়। পূজা 'মূৰ্তি'ব যোগেদি (ভগবানক) — নিত্যানন্দদেৱ নিত্যানন্দই ঘৰৰ পুজাখলীত অতি শ্রদ্ধাৰে এই পাঁচগৰাকী দেৱী দেৱতাক পূজা কৰে। তেওঁ যিহঁতক য'ত লগতে এই পাঁচ বিগ্রহ লৈ যায়। গণেশ শিৱলিঙ্গ সৰ্ব্বমঙ্গলা লক্ষ্মী সর্ব্বদেৱ বিগ্রহ আজি পূজাৰ সামগ্রী আৰু দেৱ-দেৱীৰ মূৰ্তি নিত্যানন্দ চেক্রেড আর্টচু প্রিজাৰ্ভেশন) হ'ল নিত্যানন্দ মিশনাৰ এক বিশেষ অংগ। ইয়াৰ যোগেদি 'ভাবতীয় মন্দিৰ পৰম্পৰা'ক মানৱ সমাজলৈ আগবঢ়োৱা হয়। পাঠৱ, ধাতু, কাঠ আৰু মাৰ্বলৰ দেৱমূৰ্তি, ডাৱিঙ গঠনৰ মন্দিৰ, কাঠত কটা দেৱতাৰ বাহন, মন্দিৰ- অলঙ্কাৰ আৰু বস্ত্রাভৰণ, পূজাৰ উপকৰণ সামগ্ৰা এই আটাইখিনিৰ নিত্যানন্দ দেৱৰ পৰিকল্পনাত নিৰ্দেশিত নিৰ্মাণ হ'য়। ভাৱতৰ বিভিন্ন স্থানৰ শিল্পী-কৱিকৰে তেওঁলোকৰ সর্ব্বশ্ৰেষ্ঠ কৰ্ম এই দৈৱকাৰ্য্যত বত' কৰি আছে। নিত্যানন্দই নিজহাতেৰে মাটিৰে মূৰ্তি সাজিছিল ; শ্রদ্ধাৰে সেইবোবৰ পূজা কৰিছিল। নিত্যানন্দ আৰু তেওঁৰ বন্ধুগৰি উদ্যোগত হোৱা এনে উদ্যোগ- উন্সৱৰ মন্দিৰ নগৰী তিব্বতমালাই আৰু হ'য়াৰ উপকণ্ঠৰ গাঁওবোৰে দেখিছিল।