1. তেখেতৰ নাম নিত্যানন্দ
ভূমিকা
তেখেতৰ নাম নিত্যানন্দ
আৰ্ভাৰ
তেখেতৰ নাম নিত্যানন্দ অকণাচলৰ স্বগীয় আকৰ্ষণীয় আভা আৰু অকণাচলেশ্বৰৰ দিব্য শক্তিৰ প্ৰবেশত অকণাচলম আব্ লোকায়তিক দ্বিতীয় সত্তানবৰূপে নিত্যানন্দৰ জন্ম হয়। পবিত্র অকণাচলগিবিয়ে সময়ে সময়ে জগতলৈ এনে দিব্য পুৰুষ দান দিছে— যি সকলে লাখ লোকক জীৱন দানব দ্বাৰা মুক্তিৰ সন্ধান দিছে। শেষত্রি স্বামী গল, ভগবান শ্রীমণ মহর্ষি, যোগী বামসুবত কুমাবৰ দবে মহান মনীষীসকল এই অকণাচলবে অৰ্পণ। "পৃথিৱীত জন্মগ্রহণ কৰাৰ পূৰ্বেই প্রতি আত্মাই জানি বুজি সময়, স্থান, পিতৃকুল আৰু মিশ্রন নিৰ্ধাৰণ কৰি লয়।" —নিত্যানন্দদেৱ। শিশু অবস্থাত নিত্যানন্দৰ। নিত্যানন্দৰ মাতৃয়ে দক্ষিণভাৰতৰ তীৰ্থপতি তীৰ্থ দৰ্শনলৈ যাওঁতে গম পালে যে তেওঁ ইতিমধ্যে দিতীয় সত্তানৰ বাবে অঙ্কস্হা হৈছে। আধ্যাত্মিক ক্ষেত্রৰূপে তীৰ্থরুনমল্লাই (দক্ষিণভাৰত) নামৰ পবিত্র স্থানত ১৯৭৪ চনৰ ১ জানুৱাবীত নিত্যানন্দৰ জন্ম হ'ল। জন্ম পত্রিকা মতে নাম বৰ্খা হ'ল বাজশেখৰন। আভিজি অকণাচল পবিত্র তিবি, শিবৰ পুনৰাবির্ভাৱস্থলী। এতিয়া সমগ্র পৃথিৱীৰ জ্ঞানাধীৰ আধ্যাত্মিক আকৰ্ষণ থলী।
গোত্র পুৰোহিত
তেখেতৰ নাম নিত্যানন্দ আজি তোমাব ভবিষ্যৎ জানিবলৈ মোৰ কাৰণে নাথিকা। তাক নিৰ্মাণ কৰিবলৈ হ’লৈ মোৰ কাৰণে আহিকা। গ্ৰহদোষ সৱাব উপায় মই নিদিওঁ, বৰং শিকাম কেনেকৈ গ্ৰহৰ প্ৰভাৰ অতিক্ৰম কৰিব পাৰিবি। নিত্যানন্দদেৱ “মোৰ দেবত্ব প্ৰকাশ কৰা মোৰ মিশ্যন নহয়, মোৰ মিশ্যন হল তোমাব দেবত্ব প্ৰমাণ কৰা।” নিত্যানন্দদেৱ নিত্যানন্দৰ জন্ম পত্ৰিকা কৰিবলৈ লৈ গোত্র পুৰোহিত আচাৰিত হ’ল। কিয়নো নবজাতকৰ নক্ষত্র আৰু গ্ৰহ সমূহৰ অবস্থান আছিল অতীতপূৰ্ব। পুৰোহিতে পিতৃ-মাতৃক চমকপ্ৰদ ভৱিষ্যৱাণী শুনালে— এই নৰজাতক ৰাজসন্যাসী হ’ব। এনে এক ভৱিষ্যৱাণী কৰি পুৰোহিতে নিজকে ধন্য মানিলে আৰু জ্যোতিষ গণনা চিৰদিনলৈ এৱি দিলে। যোগ আৰু প্ৰাৰ্থনা শিক্ষক আৰু বান্ধৰ বঘুপতি যোগী পিতৃ-মাতৃয়ে শিশু নিত্যানন্দৰ আধ্যাত্মিক জীৱনৰ আবশ্যি মাথো চাই থকাৰ বাহিবে উপায় নাছিল। তিনি বছৰ বয়সতে নিত্যানন্দই যোগী বঘুপতিক লগ পায়। যোগীৰাজ বঘুপতি মহাবাজ আছিল এক ধনুৰ্ব গুণধৰ কঠিন আৰু সুদৃঢ় শৰীৰৰ অধিকাৰী, ভাবুক, তিৰ্বত আৰু ম্যানমাৰ (ব্ৰহ্মদেশ)ত কঠোৱ সাধনাৰ উপলব্ধ যোগৰ অভিকাৰী। এই যোগীৰে হ’ল শিশু নিত্যানন্দ গুৰু আৰু লগৰী। ভৱিষ্যৱাণী যোগীয়ে শিশু নিত্যানন্দৰ শৰীৰ আৰু মন যোগ শিক্ষাৰে নিপোটাল কৰি তুলিলে। বঘুপতি যোগী
পৰাশক্তি
তেখেতৰ নাম নিত্যানন্দ (নারী কপত আদ্যাশক্তি) পৰাশক্তিয়ে নিত্যানন্দব মানসচক্ষুত দৰ্শন দিলে। (ওঁ ততালিকে তাব কাষ্ট পুতুলিকা তৈয়াৰ কবিলে (কাষৰ চিত্রত) যোগ হ'ল মানুহ আৰু ভগবানৰ মিলন প্রার্থনা হ'ল (ভাৱনাৰ) অন্তিত্বব প্রতি পোনপটীয়া কৃতজ্ঞতা। — নিত্যানন্দদেব আজি যোগগুৰু বৃহুপতিব পবা পোৱা মহান শিক্ষণ প্রশিক্ষণক সুবীৰ নিত্যানন্দদেৱে উক্ত নামৰ "নিত্য-যোগ"ৰ প্রবর্তন কৰিছে। নিত্য-যোগ হ'ল যোগ বিজ্ঞান আৰু দিব্যানুভূতিব আহিল। যোগী বৃহুপতিয়ে নিত্যানন্দক যোগৰ নানা কৌশল আৰু অসাধাৰণ বিদ্যা শিক্ষালেও, লগতে কৈছিল যে এইবোৰ কিন্তু আধ্যাত্মিক উদগতিব পাথে নহয়, আৰু চৰম সত্যৰ উপলব্ধি এইবোৰৰ স্পৰ্শৰ ঊৰ্ধ্বত। দেশে দেশান্তবে নিত্য-যোগৰ বিস্তাৰব বাবে শিক্ষিত কৰি তোলা হৈছে যুবক-যুবতীৰ পবা 'নিত্য যোগাচার্য'। যোগগুৰুত নিম্নত ১০ বছৰীয়া নিত্যানন্দ (আমেৰিকান ফাইল ফটো) যি মুলা বাঢ়ি তাব দুপাতীয়া ত চিন। যোগীসকলে ১০ বছৰীয়া শিষ্যা নিত্যানন্দক চিনি পাইছিল। "পতঞ্জলি যোগসূত্র"ৰ বিষয়ে ভাষণ দিবলৈ দিলে তিৱ্বতৰমণ্ডলাইত। প্রায় হাজাৰেক লোকে কিশোৰ যোগীজনৰ পৰা এই একক যোগসূত্রৰ ব্যাখ্যা তন্ময়তাবে শুনিলে।
মূর্তি আৰু পূজা
পূজা 'মূৰ্তি'ব নহয়। পূজা 'মূৰ্তি'ব যোগেদি (ভগবানক) — নিত্যানন্দদেৱ নিত্যানন্দই ঘৰৰ পুজাখলীত অতি শ্রদ্ধাৰে এই পাঁচগৰাকী দেৱী দেৱতাক পূজা কৰে। তেওঁ যিহঁতক য'ত লগতে এই পাঁচ বিগ্রহ লৈ যায়। গণেশ শিৱলিঙ্গ সৰ্ব্বমঙ্গলা লক্ষ্মী সর্ব্বদেৱ বিগ্রহ আজি পূজাৰ সামগ্রী আৰু দেৱ-দেৱীৰ মূৰ্তি নিত্যানন্দ চেক্রেড আর্টচু প্রিজাৰ্ভেশন) হ'ল নিত্যানন্দ মিশনাৰ এক বিশেষ অংগ। ইয়াৰ যোগেদি 'ভাবতীয় মন্দিৰ পৰম্পৰা'ক মানৱ সমাজলৈ আগবঢ়োৱা হয়। পাঠৱ, ধাতু, কাঠ আৰু মাৰ্বলৰ দেৱমূৰ্তি, ডাৱিঙ গঠনৰ মন্দিৰ, কাঠত কটা দেৱতাৰ বাহন, মন্দিৰ- অলঙ্কাৰ আৰু বস্ত্রাভৰণ, পূজাৰ উপকৰণ সামগ্ৰা এই আটাইখিনিৰ নিত্যানন্দ দেৱৰ পৰিকল্পনাত নিৰ্দেশিত নিৰ্মাণ হ'য়। ভাৱতৰ বিভিন্ন স্থানৰ শিল্পী-কৱিকৰে তেওঁলোকৰ সর্ব্বশ্ৰেষ্ঠ কৰ্ম এই দৈৱকাৰ্য্যত বত' কৰি আছে। নিত্যানন্দই নিজহাতেৰে মাটিৰে মূৰ্তি সাজিছিল ; শ্রদ্ধাৰে সেইবোবৰ পূজা কৰিছিল। নিত্যানন্দ আৰু তেওঁৰ বন্ধুগৰি উদ্যোগত হোৱা এনে উদ্যোগ- উন্সৱৰ মন্দিৰ নগৰী তিব্বতমালাই আৰু হ'য়াৰ উপকণ্ঠৰ গাঁওবোৰে দেখিছিল।
বেদান্ত আৰু তন্ত্র
তেখেতৰ নাম নিত্যানন্দ বৈদিক বিশ্বাসে (মূর্তিৰ) সত্তা শক্তিশালী কৰে । ই মানসিক আৰু শাৰীৰিক শক্তিদ্বয়ক মহান । —নিত্যানন্দদেব । মাতৃ কুণ্ডাম্মল—অনুভূটক বল প্রণয়োগিনী বিদ্যাধানন্দা দেবী মাতৃ কুণ্ডাম্মল আছিল নিত্যানন্দৰ শৈশৱকালৰ আধ্যাত্মিক প্রগতিক মন্ত্রদাত্ৰী আৰু পালনকত্ৰী । বহু বছৰ বয়সতে যোতিয়া নিত্যানন্দই আধ্যাত্মিক বিকাশ প্রদৰ্শিল আৰন্ত কৰে তেতিয়া মাতৃগৰাকী সন্ন্যাসমুখী পুত্রৰ পূর্ণত্ব লাভ । তেওঁ পুত্রৰ শাৰীৰিক, আবেগিক আৰু আধ্যাত্মিক দিশত প্রাবলিক প্রশিক্ষণ দিয় । (মাতৃয়ে পুত্রৰ ভবিষ্যৎ জীৱন অনুমান কৰিব পাৰিছিল ।) কুণ্ডাম্মল আৰু নিত্যানন্দ ইচাক্কি স্বামীগাল, আধ্যাত্মিক প্রেরণাদাতা যুব নিত্যানন্দৰ বাবে প্রেরণাৰ মূল আছিল জ্ঞানী ইচাক্কি স্বামীগাল । তেখেতৰ উপবি আৰু ভাবেখিনি সাধুসন্তৰ সৈতে নিত্যানন্দৰ সাক্ষাৎ আৰু ভাবৰ বিনিময় হৈছিল । এই সাধুসন্তসকলৰ সাদৰ সম্ভাষণ-সবল সদানন্দ জীবনশীলিয়ে নিত্যানন্দৰ মন প্রাণ সেই মুহূৰ্তী কৰিছিল । ইচাক্কি স্বামী গাল
আত্মপূজান
তেখেতৰ নাম নিত্যানন্দ আত্মপূজান (এখন উপনিষদ) হ'ল ইচাকি স্বামীগালৰ দান। এই গ্রন্থই নিত্যানন্দ পুথিগত শিক্ষা গ্রহণৰ বাবে আগ্রহী কৰি তোলে। অলাই ছুৰাৰি সাচিপাতীয়া পুথি 'অলাই চুৰাৰি' খনত বৈদিক মন্ত্ৰাদি লিপিবদ্ধ আছিল। ইচাকি স্বামীগালে এই বিবল পুথিখন শিষ্য নিত্যানন্দক অৰ্পণ কৰে। আজি নিত্যানন্দ আশ্রমত কিশোৰ প্রচারচারীসকল আৰু ল'ৰা-ছোৱালীয়ে নিয়মিতকৈ গুরুকুলৰ বেদপাঠ কৰে। তেওঁ সুৱেবে বন্দা এই শিশুসকলে মানসিক উৎকর্ষ লাভ কৰিব। যোগী বামসুৱত কুমাৰৰ সৈতে এক ইন্দিয়াতীত বন্ধন যোগী বামসুৱত কুমাৰ উপাখ্যা বিচিবি স্বামীগাল আছিল এগৰাকী জনপ্রিয় মনীষী। তেখেতে তিৰুৱন্নামালাইৱ ভগবান শ্রীমন মহৰ্ষিৱ সমসাময়িক। তিৰুৱন্নামালাইত তেখেত জনাজাত আৰু জনসমাদৃত খ্যাতি আছিল। নিত্যানন্দ আছিল তেখেতৰ নিয়মিত দর্শনার্থী আৰু শ্রোতা। তিৰুমূৰ্ত্তি (শ্রীমূৰ্তি) মন্দিৰৰ কাষৰ এটা ঘৰৰ নামনিত জাবৰ-জুথৰৰ মাজত এজন ভিক্ষাৰীৱ দৰে যোগী বামসুৱত কুমাৰ বহি থাকে। সেইখিনিতে মন্দিৰৰ ৰথখন বহা হয়। বাৰতবছৰ যোগী ভূত ভৱিষ্যতৰ কথা সোধে। স্কুলীয়া ছাত্র-ছাত্রীয়ে তেওঁলোকৰ পঢ়া-শুনা পৰীক্ষাৰ কথা সোধে। কদাচিতহে মানুহক তেওঁ উত্তৰ দিয়ে। স্কুলীয়া নিত্যানন্দই কৌতুহলবশতঃ সুধিলে তেওঁ সেইদিনাৰ পৰীক্ষাত উত্তীর্ণ হ'বনে? যোগীয়ে ততালিকে উত্তৰ দিলে, “বোপাটি, তুমি জীৱন পৰীক্ষাতে
অন্নমালাই স্বামীগাল
তেখেতৰ নাম নিত্যানন্দ অন্নমালাই স্বামীগাল আৰু স্বয়ংকৃত আঘাত সত্য আৱৰণৰ সাঁচতেই সত্য উপলদ্ধিৰ সঁচাব কাঠি। — নিত্যানন্দদেৱ অন্নমালাই স্বামীগাল আছিল ভগবান শ্রীৰমণ মহর্ষিৰ পোনপটীয়া শিষ্য। নিত্যানন্দই দহ বছৰমান নৱযৱস পৰা বনমব আশ্রমলৈ যোৱা কৰিছিল। তাত তেওঁ স্বামীগালৰ শিষ্যৰ লগত বহি সততে ধৰ্মীয় ব্যাখ্যান শুনিছিল। এই ব্যাখ্যানৰ অন্য এক আকৰ্ষণ আছিল যে ব্যাখ্যানৰ অন্তত সকলোকে লুজেনৰুটি দিয়া হৈছিল। এদিনাখন, অন্নমালাই স্বামীগালে, ‘মায়া’ সম্পর্কে ব্যাখ্যা দিওঁতে ক’লে, “দেহাতো আমি নহয় ; এই দেহাতো নিত্য নহয় ; আত্মাহে নিতা। কোনো দুখ-শোক কষ্টই আত্মাক চুব নোৱাৰে। আমি দুখ-কষ্টৰ উৰ্দ্ধত।”
বৰ্ধনশীল বিবেকশক্তি
তেখেতৰ নাম নিত্যানন্দ অংকুৰ ভট্ট কলিতা (অসমীয়া বুক্ট্ৰষ্ট, কৰ্ণফুলী) আজি আজি নিত্যানন্দৰে হজাৰ হজাৰ লোকৰ বাবে প্ৰবণাদায়ী ব্যাক্তিত্ব। মহান গুৰু গদাধৰৰ সম্মুখত বহিবলৈ মানুহৰ কি প্ৰচণ্ড ভীষ আৰু আগ্রহ।। "ধান হ'ল মুল চাবিকাঠি যি তোমাৰ সত্তাব দুৱাব মুকলি কৰিব পাবে" —নিত্যানন্দদেৱ আজি অনন্য ধ্যান প্ৰগ্ৰামৰ মাধ্যমত নিত্যানন্দদেৱে প্ৰতিগৱাকী ব্যাক্তিক নিহিত ধ্যানীগৱাকীক পৰিচয় কৰে। তেখেতে প্ৰতিগৱাকী লোকৰ অন্তৰত (আনন্দৰ) ফুল ফুলায়।